Posts

Showing posts from August, 2022

বটলে বটলে খাবি মদে হেৰʼ গীতৰ কথা চন্দ্ৰ বৰাৰ

 বটলে বটলে বটলে বটলে  খাবি মদে হেৰ মদাহী খাবি মদে হেৰ মদাহী পিচে নাথাকিবি খালে বামে পৰি থাকিবি গৈ ঘৰতে নো পৰি থাকিবি গৈ ঘৰতে নো পৰি ঘৰলৈ নো আহি খায়ে মদে হেৰ মদাহী খায়ে মদে হেৰ মদাহী নাথাকিবি ইংলিছ বকি নাফালিবি মাইকীৰে পিঠি নাফালিবি মাইকীৰে পিঠি! অলিয়ে গলিয়ে খায়ে মদে হেৰ মদাহী খায়ে মদে হেৰ মদাহী নাথাকিবি সদায় সদায় ফুৰি নোজোকাবি আনৰে তিৰি নল'বি পিঠিটো নো ফালি নল'বি পিঠিটো নো ফালি। বটলে বটলে খাবি মদে হেৰ মদাহী খাবি মদে হেৰ মদাহী পিচে নাথাকিবি খালে বামে পৰি থাকিবি গৈ ঘৰতে নো পৰি থাকিবি গৈ ঘৰতে নো পৰি। এইটোও এটা খুহুতীয়া বিহু গীত বুলিব পাৰি, গীতৰ কথা চন্দ্ৰ বৰাৰ। তলৰ লিংকত ভিডিঅ'টো উপভোগ কৰিব পাৰে যদি ভাল লাগে আৰু লাইক আৰু চেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ  https://youtu.be/XS_GwAzwRRE

গেলা পানী সোৱাদ বিচাৰি' গীতৰ কথা চন্দ্ৰ বৰাৰ

 গেলা পানীৰ সোৱাদ বিচাৰি: গেলা পানীৰ সোৱাদ বিচাৰি এ মইনা উলামগৈনো তোৰে ঘৰ}..২ অই ৰহি ৰহি চেপি দিবি আৰু চানা ভজা দিবি}..২ দুয়ো বঢ়ি কাষতে খাম অ'ই মাটাল হৈ প্ৰেমৰে গান গাম!}..২ মাঘ বিহুৰ উৰুকা দিনা এ মইনা উলাম গৈনো তোৰে ঘৰ}..২ নাথাকিব ঘৰত কোনো তোৰ মোৰ বাদে আৰু}..২ দুয়ো মিলি মজাৰে কটাম অ'ই মাটাল হৈ প্ৰেমৰে গান গাম!!}..২ গেলা পানীৰ সোৱাদ বিচাৰি এ মইনা উলাম গৈনো তোৰে ঘৰ....। এইটো এটা খুহুতীয়া ধৰ্মী বিহু গীত, মোৰ নিজা প্ৰচেষ্টাৰে  তলৰ লিংকত ভিডিঅ'টো উপভোগ কৰিব পাৰে  https://youtu.be/RIu7lmA3cNE