গেলা পানী সোৱাদ বিচাৰি' গীতৰ কথা চন্দ্ৰ বৰাৰ
গেলা পানীৰ সোৱাদ বিচাৰি:
গেলা পানীৰ সোৱাদ বিচাৰি
এ মইনা
উলামগৈনো তোৰে ঘৰ}..২
অই ৰহি ৰহি চেপি দিবি
আৰু চানা ভজা দিবি}..২
দুয়ো বঢ়ি কাষতে খাম
অ'ই মাটাল হৈ প্ৰেমৰে গান গাম!}..২
মাঘ বিহুৰ উৰুকা দিনা
এ মইনা
উলাম গৈনো তোৰে ঘৰ}..২
নাথাকিব ঘৰত কোনো
তোৰ মোৰ বাদে আৰু}..২
দুয়ো মিলি মজাৰে কটাম
অ'ই মাটাল হৈ প্ৰেমৰে গান গাম!!}..২
গেলা পানীৰ সোৱাদ বিচাৰি
এ মইনা
উলাম গৈনো তোৰে ঘৰ....।
এইটো এটা খুহুতীয়া ধৰ্মী বিহু গীত, মোৰ নিজা প্ৰচেষ্টাৰে
তলৰ লিংকত ভিডিঅ'টো উপভোগ কৰিব পাৰে
https://youtu.be/RIu7lmA3cNE
https://youtu.be/RIu7lmA3cNE
ReplyDelete