বটলে বটলে খাবি মদে হেৰʼ গীতৰ কথা চন্দ্ৰ বৰাৰ
বটলে বটলে
বটলে বটলে
খাবি মদে হেৰ মদাহী
খাবি মদে হেৰ মদাহী
পিচে নাথাকিবি খালে বামে পৰি
থাকিবি গৈ ঘৰতে নো পৰি
থাকিবি গৈ ঘৰতে নো পৰি
ঘৰলৈ নো আহি
খায়ে মদে হেৰ মদাহী
খায়ে মদে হেৰ মদাহী
নাথাকিবি ইংলিছ বকি
নাফালিবি মাইকীৰে পিঠি
নাফালিবি মাইকীৰে পিঠি!
অলিয়ে গলিয়ে
খায়ে মদে হেৰ মদাহী
খায়ে মদে হেৰ মদাহী
নাথাকিবি সদায় সদায় ফুৰি
নোজোকাবি আনৰে তিৰি
নল'বি পিঠিটো নো ফালি
নল'বি পিঠিটো নো ফালি।
বটলে বটলে
খাবি মদে হেৰ মদাহী
খাবি মদে হেৰ মদাহী
পিচে নাথাকিবি খালে বামে পৰি
থাকিবি গৈ ঘৰতে নো পৰি
থাকিবি গৈ ঘৰতে নো পৰি।
এইটোও এটা খুহুতীয়া বিহু গীত বুলিব পাৰি, গীতৰ কথা চন্দ্ৰ বৰাৰ।
https://youtu.be/XS_GwAzwRRE
ReplyDelete